কবিতা- নোৱাৰো
কবি- মঃ চোলেইমান খাঁ
পাঠ- প্ৰৱাল গোস্বামী
নোৱাৰো
কথাটি হেৰা বেয়া কথা বৰ,
কদাপি
নহয় সিটি কথা মানুহৰ,
এলেহুৱা
যিটো হয়, নোৱাৰো সিটোৱে কয়;
তেনেহ'লে তুমি কিয়
নোৱাৰোঁ বুলিবা?
এলেহুৱা
হৈ কিয় জীৱন ধৰিবা?
ভাল
নাম পাবলৈ যদি কৰা মন,
তেনেহ'লে নুবুলিবা নোৱাৰোঁ
বচন।
দহজনে
পাৰে যিটো, তুমিও পাৰিবা সিটো ।
হেন
জানি সাহ কৰি প্ৰাণ টাকি কৰা,
একেবাৰে নোৱাৰিলে এশবাৰে কৰা।
শিৰোনাম নোৱাৰোঁ নে নোৱাৰো?
ReplyDeleteনোৱাৰো ।
Delete